আজিৰ দিনটো আৰু প্রাতঃ সভা 17/10/2022 আজি দিনটোৰ তাৎপর্য-Morning Assembly

আজিৰ দিনটো আৰু প্রাতঃ সভা 17/10/2022
আজিৰ দিনটো/আজি দিনটোৰ তাৎপর্য-

আজি   সোমবাৰ  অসমীয়া লেখেৰে আজি  আহিন , ১৯৪৪ শক আৰু ইংৰাজী লেখে ১ অক্টোবৰ ২০২২ চন

আজিৰ দিনটোতে-

১৯৪৭ চনত ভাৰতীয় অভিনেত্ৰী তথা টক শ্ব'ৰ সঞ্চালক চিমি গাৰেৱালৰ জন্ম হয়।

১৯৭০ চনত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ, প্ৰশিক্ষক, আৰু ধাৰাভাষ্যকাৰ অনিল কুম্বলেৰ জন্ম হয়। 

১৯৭৩ চনত ভাৰতীয় ৰাজনীতিবিদ, পঞ্জাৱৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ জন্ম হয়।

১৯৭৯ চনত কলকাতাৰ মাদাৰ টেৰেছায়ে শান্তিৰ ন'বেল বঁটা লাভ কৰে। 

২০০৮ চনত শচীন তেণ্ডুলকাৰ টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰাণ সঙ্গ্ৰহকাৰী ব্যক্তিৰূপে পৰিগণিত হয়। 

    আজি আন্তৰ্জাতিক দৰিদ্ৰতা নিৰ্মূলকৰণ দিৱস । দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে প্ৰতিবছৰে ১৭অক্টোবৰত আন্তৰ্জাতিক দৰিদ্ৰতা নিৰ্মূলকৰণ দিৱস পালন কৰা হয়, যাৰ জৰিয়তে দৰিদ্ৰতাত জীৱন নিৰ্বাহ কৰা লোকসকলৰ প্ৰচেষ্টা আৰু সঙ্গ্ৰামক স্বীকৃতি দিয়াৰ সুয়োগ প্ৰদান কৰা হয়।তেওঁলোকৰ বাবে এটা সুয়োগ, তেওঁলোকৰ চিন্তাবোৰ শুনিবলৈ আৰু এটা মুহূৰ্তত এই কথা উপলব্ধি কৰিবলৈ যে দৰিদ্ৰ লোকসকলেই দৰিদ্ৰতাৰ বিৰুদ্ধে প্ৰথম যুঁজ দিয়ে।

    দৰিদ্ৰতা নিৰ্মূলৰ বাবে ৩০ তম আন্তৰ্জাতিক দিৱসৰ এই বছৰৰ মূল বিষয়বস্তু হৈছে "সকলো কাম/অভ্যাসতে সমমৰ্যাদা"

In 17 October

1947-Simi Garewal, Indian actress and a talk show hostess was born.

1970-Anil Kumble, former Indian cricketer, coach, and commentator, who played Tests and ODIs for 18 years was born.

1973-Bhagwant Mann, Indian politician, Current CM of Punjab was born.

1979-Mother Teresa of Calcutta awarded Nobel Peace Prize.

2008-Sachin Tendulkar becomes the highest run-scorer ever in test cricket.

    Today is International Day for the Eradication of Poverty . The International Day for the Eradication of Poverty is held annually on 17 October to provide an opportunity to acknowledge the effort and struggle of people living in poverty;a chance for them to make their concerns heard and a moment to recognize that poor people are the first ones to fight against poverty. This year's theme for 30th International Day for the Eradication of Poverty is “Dignity For All in Practice”

মহৎ লোকৰ বাণী Great man quotes

১‍. পঢ়নৰ দ্বাৰা দূৰৈৰ মানিক হাততে পোৱা যায়।     - সত্যনাথ বৰা

২. আনক আঘাত দিলে , সেই আঘাত এদিন নিজে ভোগ কৰিবা।  -  তুলসী দাস


আজি দিনটোৰ তাৎপর্য
Thank you.

Popular Posts