World Food Day বিশ্ব খাদ্য দিৱস
World Food Day
Today is World Food Day. World Food Day is an international day celebrated every year worldwide on October 16th to promote global awareness and action for those who suffer from hunger and to highlight the need to ensure healthy diets for all. The Food and Agriculture Organization of the UN (FAO) designated 16 October as World Food Day in 1979. It slowly and steadily became an opportunity to grow awareness about malnutrition , hunger , food production and sustainability . this day is celebrated more than 150 countries worldwide.
The theme of World
Food Day 2022 is 'Leave NO ONE behind'.
As per UN, More than 3 billion people were
unable to afford a healthy diet in 2020.
Today on World Food Day, United Nations
Secretary-General António Guterres says, ‘People affected by hunger doubled in three
years.’
বিশ্ব খাদ্য দিৱস
আজি বিশ্ব খাদ্য দিৱস। বিশ্ব খাদ্য দিৱস (ইংৰাজীঃ World Food Day) হৈছে বিশ্বজুৰি প্ৰতি বছৰে 16th অক্টোবৰত পালন কৰা এখন আন্তঃৰাষ্ট্ৰীয় দিৱস। ৰাষ্ট্ৰসঙ্ঘৰ খাদ্য আৰু কৃষি সংস্থাই 1979 চনত 16 অক্টোবৰক বিশ্ব খাদ্য দিৱস হিচাপে ঘোষণা কৰে। ই ধীৰে ধীৰে পুষ্টিহীনতা, ক্ষুধা, খাদ্য উৎপাদন আৰু স্থায়িৎবৰ বিষয়ে সজাগতা বৃদ্ধিৰ এক সুয়োগ হিচাপে পৰিগণিত হ'ল। বিশ্বৰ 150 খনতকৈও অধিক দেশত এই দিৱস পালন কৰা হয়।
2022 চনৰ বিশ্ব খাদ্য দিৱসৰ মূল বিষয় হ'ল- 'কাকো বাদ নিদিওঁ'।
ৰাষ্ট্ৰসঙ্ঘৰ তথ্য অনুসৰি, 2020 চনত 3 বিলিয়নতকৈও অধিক লোকে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিব পৰা নাই।
আজি বিশ্ব খাদ্য দিৱসত
ৰাষ্ট্ৰসঙ্ঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছে কয়, 'তিনি বছৰৰ ভিতৰত ক্ষুধাত আক্ৰান্ত লোকৰ সঙ্খ্যা দুগুণ
বৃদ্ধি পাইছে।