School Safety pledge
বিদ্যালয় সুৰক্ষাৰ সংকল্প
বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী, অভিভাৱক-অভিভাৱিকা আৰু ছাত্র-ছাত্রীসকলে আমাৰ বিদ্যালয়খন সকলোৰে বাবে নিৰাপদ, সুৰক্ষিত আৰু আনন্দদায়ক স্থান হিচাপে নিশ্চিত কৰিবলৈ প্রতিজ্ঞাবদ্ধ হওঁ। আমি সকলোৱে আমাৰ বিদ্যালয়ৰ মুৰব্বী গৰাকীক সকলো সময়তে সহায়-সহযোগিতা আগবঢ়াবলৈ প্রতিজ্ঞাবদ্ধ হওঁ যে-
১। বিদ্যালয় ছুটী হোৱাৰ পিছত বিদ্যালয় চৌহদৰ ভিতৰত বা বাহিৰত কোনো ছাত্র-ছাত্রী ৰৈ নোযোৱাটো নিশ্চিত হোৱাৰ পিছতহে বিদ্যালয় ত্যাগ কৰিম।
২। বিদ্যালয় প্রধান গৰাকীৰ অনুমতি সাপেক্ষেহে বিদ্যালয়ৰ কোনো শিক্ষক-শিক্ষয়িত্রী, ছাত্র-ছাত্রী বা কর্মচাৰীয়ে বিদ্যালয় চুটীৰ পিছত বিভিন্ন কামৰ বাবে বিদ্যালয়ত ৰৈ যোৱাটো নিশ্চিত কৰিম।
৩। সকলো ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ স'তে নিয়মীয়াকৈ আৰু সপ্তাহত অন্ততঃ এদিন মত-বিনিময় কৰিম।
৪। সকলো ছাত্র-ছাত্রী, বিশেষকৈ প্রাথমিক পর্যায়ৰ ছাত্র-ছাত্রীসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি শিক্ষক-শিক্ষয়িত্রীসকল অনুভূতিশীল হোৱাটো নিশ্চিত কৰিম।
৫। এটি স্বাস্থ্যসম্মত, পৰিষ্কাৰ-পৰিচ্ছন্ন তথা শংকামুক্ত পৰিৱেশ সৃষ্টি কৰিম লগতে সংঘাত নিয়ন্ত্রণ কৰিম।
৬। বিভিন্ন প্রাকৃতিক দুর্যোগৰ সময়ত ল'বলগীয়া সাৱধানতাৰ অৱলম্বনসমূহ নিয়মিতভাবে অনুশীলন কৰিম।
৭। পৰামর্শ/অভিযোগ (POCSO) সম্পর্কীয় বাকচ এটাৰ ব্যৱস্থা কৰাৰ লগতে ছাত্র-ছাত্রীৰ মতামতসমূহ নিয়মিতভাবে পৰীক্ষা কৰিম।
গুৰুত্বপূৰ্ণ দূৰভাষ নম্বৰসমূহঃ
ৰাষ্ট্ৰীয় জৰুৰীকালিন সহাৰি -১১২
ৰাজ্যিক দুর্যোগ প্রশমন ব্যৱস্থাপনা-
চাইল্ডলাইন:
ৰাজ্যিক কাউন্সিলিং হেল্পলাইন-
চিকিৎসালয়:
অগ্নি নির্বাপক-
খণ্ড প্রাথমিক শিক্ষা বিষয়া-
জিলা প্রাথমিক শিক্ষা বিষয়া। জিলা মিছন সমন্বয়ক।
বিদ্যালয়সমূহৰ পৰিদৰ্শক
জিলা উপাযুক্ত
বিদ্যালয় প্রধানৰ নাম আৰু ফোন নম্বৰ-
বিদ্যালয় পৰিচালনা সমিতি/বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি-
SCHOOL SAFETY PLEDGE
We, the teachers, parents and students of (name of Sthoni pledge to ensom that our School is a SAFE, SECURE and HAPPY place for all.
We pledge to support the Head of the School who shall
1) Leave the school building at the end of the school day only after ensuring that no chill is left belzind inside or outside the school promises
2) Ensure that atadents, teachers and staff stay back in school for various activities ondy with his her permission.
3) Meet and interact with all students and reachers regularly and at leut once a week.
4) Ensure that teachers are sensitive to the needs and concerns of students, expecially those in the primary classes
5) Create a healthy, clean and non threatening etovironment and curb bullying
Carry out evacuation drills regularly
7) Maintain a Suggestion/POCSO lex and theck the conumenis shared by students regularly
Important telephone numbers
National Emergency Response-112
CHILDLIN
State Counselling Helpline:-
Hospital-
Fire:
Block Education Officer-
District Collector
Name of Ficad of School-