Important Topics for Class 5 Writing Skill for Gunotsav
Important Topics for Class 5 Writing Skill for Gunotsav
গুণোৎসৱত পঞ্চম শ্ৰেণীৰ লিখনৰ (Writing L1)সাম্ভাব্য বিষয় (তিনি শাৰী লিখা)
তলৰ যিকোনো এটা বিষয় লৈ তিনিশাৰী বাক্য লিখা।
- তুমি থকা ঠাই খন
- তোমাৰ বিদ্যালয়ৰ পুথিভঁৰালটো
- তোমাৰ প্ৰিয় উৎসৱ
- তোমাৰ বিদ্যালয়ৰ প্ৰাতঃ সভা
- তোমাৰ শ্ৰেণীকোঠা
- তোমাৰ বিদ্যালয়ত পালন কৰা এটা দিৱস
- তোমাৰ প্ৰিয় খেল
- তোমাৰ বিদ্যালয়ৰ পাচলিৰ বাগিচা
- তোমাৰ বিদ্যালয়ৰ ফুলনি
- শিশু দিৱস
- সৰস্বতী পূজা
- শিক্ষক দিৱস
- খেলপথাৰ
- বানপানী
- হাট বা বজাৰ
- পৰীক্ষা
- সাধু
- তোমাৰ বিদ্যালয়
- পাহাৰ
- পদুম
- পানী
- গৰমৰ বন্ধ
- দেওবাৰ
- যিকোনো এটা ঋতু
- পৰুৱা
- ফুলনি
- গৰু
- ছাগলী
SCHEDULE OF GUNOTSAV 2025
Phase Date of Self-Evaluation Date of External-Evaluation
I 6th Jan 2025 7th ,8th & 9th Jan 2025
II 17th Jan 2025 20th , 21st & 22nd Jan 2025
III 4th Feb 2025 5th , 6th & 7th Feb 2025
Disclaimer:
অস্বীকাৰ:
এই নমুনা ফ্ৰেমসমূহ কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবেহে আৰু অসমৰ গুণোৎসৱ 2025 ৰ অংশ বুলি দাবী কৰা হোৱা নাই। ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ লিখন দক্ষতা বৃদ্ধিৰ বাবে অনুপ্ৰাণিত আৰু নিয়োজিত কৰিবলৈ কেৱল উদাহৰণ হিচাপেহে প্ৰদান কৰা হৈছে। গুণোৎসৱ 2025 ৰ বাবে প্ৰকৃত বিষয়বস্তু বেলেগ হ’ব পাৰে।।