Important Topics for Class 4 Writing Skill for Gunotsav
Important Topics for Class 4 Writing Skill for Gunotsav
গুণোৎসৱত চতুৰ্থ শ্ৰেণীৰ লিখনৰ (Writing L1)সাম্ভাব্য বিষয় (তিনি শাৰী লিখা)
তলৰ যিকোনো এটা বিষয় লৈ তিনিশাৰী বাক্য লিখা।
1. তোমাৰ ভাল লগা এটা পোহনীয়া জন্তু
2. তোমাৰ প্ৰিয় উৎসৱ
3.
তোমাৰ প্ৰিয় আহাৰ বা খাদ্য
4. তোমাৰ প্ৰিয় পাচলি
5.
তোমাৰ শ্ৰেণীকোঠা
6. তোমাৰ বিদ্যালয়ত পালন কৰা এটা দিৱস
7. খেলপথাৰ
8. বানপানী
9. হাট বা বজাৰ
10. পৰীক্ষা
11. আহাৰ বা খাদ্য
12. সাধু
13. পখিলা
14. গৰু
15. পঢ়াশালি
16. তোমাৰ বিদ্যালয়
17. নদী
18. পাহাৰ
19. পদুম
20. পানী
21. গৰমৰ বন্ধ
22. দেওবাৰ
23. যিকোনো এটা ঋতু
24. পৰুৱা
25. তুমি থকা ঠাই খন
26. তোমাৰ প্ৰিয় খেল
27. গৰু
SCHEDULE OF GUNOTSAV 2025
Phase Date of
Self-Evaluation Date of External-Evaluation
I 6th
Jan 2025 7th
,8th & 9th Jan 2025
II 17th
Jan 2025 20th
, 21st & 22nd Jan 2025
III 4th
Feb 2025 5th , 6th & 7th Feb 2025
Disclaimer:
অস্বীকাৰ:
এই নমুনা ফ্ৰেমসমূহ কেৱল দৃষ্টান্তমূলক উদ্দেশ্যৰ বাবেহে আৰু অসমৰ গুণোৎসৱ 2025 ৰ অংশ বুলি দাবী কৰা হোৱা নাই। ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ লিখন দক্ষতা বৃদ্ধিৰ বাবে অনুপ্ৰাণিত আৰু নিয়োজিত কৰিবলৈ কেৱল উদাহৰণ হিচাপেহে প্ৰদান কৰা হৈছে। গুণোৎসৱ 2025 ৰ বাবে প্ৰকৃত বিষয়বস্তু বেলেগ হ’ব পাৰে।।