5 December

আজিৰ দিনটো/আজি দিনটোৰ তাৎপর্য-


আজি মঙ্গলবাৰ অসমীয়া লেখেৰে আজি ১৮  আঘোণ , ১৯৪৫ শক আৰু ইংৰাজী লেখেৰে ০৫ ডিচেম্বৰ ২০২৩ চন।

৫ ডিচেম্বৰ / 5 December 

দিৱস 
১/আজি আৰ্থিক আৰু সামাজিক উন্নয়নৰ বাবে আন্তৰ্জাতিক স্বেচ্ছাসেৱক দিৱস।আৰ্থ-সামাজিক কামত স্বেচ্ছাসেৱক হিচাপে কাম কৰিবলৈ এই দিৱসৰ উদ্দেশ্য

২/ আজি বিশ্ব মাটি দিৱস। ই মাটিৰ স্বাস্থ্য আৰু বহনক্ষম মাটি ব্যৱস্থাপনা পদ্ধতিৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে উৎসৰ্গা কৰিছিল।

জন্ম
১৯০৫ চনত ভাৰতীয় ৰাজনীতিবিদ আৰু জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্বেখ আব্দুল্লা।

১৯৬৫ – ভাৰতীয় বিখ্যাত ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰা
১৯৭৪ – ৰবিশ কুমাৰ, ভাৰতীয় সাংবাদিক আৰু লেখক, ৰেমন মেগছেছে বঁটা বিজয়ী ,২০১৯
১৯৮৫ – শিখৰ ধাৱন, ভাৰতীয় ক্ৰিকেটাৰ

মৃত্যু
১৯৫১ – অবনীন্দ্ৰনাথ ঠাকুৰ, ভাৰতীয় চিত্ৰশিল্পী, লেখক, আৰু শিক্ষাবিদ।
২০১৬: জে জয়ললিতা, এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, আৰু চলচ্চিত্ৰ অভিনেত্ৰী। ছয়বাৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল

উল্লেখযোগ্য ঘটনা
১৯৭১ – ১৯৭১, ৫ ডিচেম্বৰঃ ভাৰতে বাংলাদেশক দেশ হিচাপে স্বীকৃতি দিছিল।

5th December is International Volunteer Day for economic and social development.This day aims at encouraging people to work as volunteers for socio-economic causes

today is World Soil Day. It dedicated to raising awareness about the importance of soil health and sustainable soil management practices.

Birth
1965 – Manish Malhotra, famous Indian fashion designer
1974 – Ravish Kumar, Indian journalist and author, winner of Ramon Magsaysay Award ,2019
1985 – Shikhar Dhawan, Indian cricketer

Death
1951 – Abanindranath Tagore, Indian painter, author, and academic

Event
1971 – Battle of Gazipur: Pakistani forces stand defeated as India cedes Gazipur to Bangladesh.

Popular Posts