শিশুগীত ১ Children's Song

 শিশু গীত

গীতিকাৰ - ডভূপেন হাজৰিকা


পাচলিৰ বাগিচা সৰু বাগিচা,

মোৰ সৰু বাগিচা জানো দেখিছা?


তাত মই ৰুইছোঁ পাচলি ইমান

সৰিয়হৰ ফুলবোৰ ফুলিছে কিমান


সৰু সৰু কোৰেৰে নিজে কোৰ মাৰো

সৰু সৰু খটিৰে নিজে চাফ কৰোঁ,

কবি ,মূলা, উৰহী, শাক লফা লাই

পুৱাতেই তোলোঁ মই খৰাহি ভৰাই।


পাচলিৰ বাগিচা সৰু বাগিচা,

মোৰ সৰু বাগিচা জানো দেখিছা?

শিশুগীত ১ Children's Song


English version
Pasolir Bagisa/ Pacholir Bagisa

Pasolir bagisa horu bagisa

Mur horu bagisa janu dekhisa ?


Taat moi ruisu pasoli eman

Horiyohor ful bur fulise kiman.


Horu horu kurere nije kur Maru

Horu horu khotire nije saaf koru ,

Kobi, Mula, Urohi, haak Lofa Lai

Puwatei Tulu moi khorahi bhorai.


Pasolir bagisa horu bagisa

Mur horu bagisa janu dekhisa?


Thank you. visit again


∆∆∆∆∆∆∆∆∆∆∆∆∆∆∆∆∆∆∆∆∆∆∆∆∆


Popular Posts