আজিৰ দিনটো আৰু প্রাতঃ সভা
আজিৰ দিনটো আৰু প্রাতঃ সভা
আজিৰ দিনটো-
আজি বৃহস্পতিবাৰ অসমীয়া লেখেৰে আজি ১৯আহিন , ১৯৪৪ শক আৰু ইংৰাজী লেখে ০৬ অক্টোবৰ ২০২২ চন
১। বিশ্ব মহাকাশ সপ্তাহৰ তৃতীয় দিন
২। ১৮৯৩ চনত জ্যোতিবিজ্ঞানী মেঘনাদ সাহাৰ জন্ম দিন
৩। ১৯২৭ চনত বিশ্বৰ প্ৰথম সবাক ছবি 'দ্য জাজ ছিংগাৰ' মুক্তি
৪। ১৯৪৬ চনত বিশিষ্ট অভিনেতা বিনোদ খান্নাৰ জন্ম
৫। ১৯৯৫ চনত কনকসেন ডেকাৰ সম্পাদনাত বাতৰি কাকত "দৈনিক অগ্রদূত" ৰ জন্ম
মহৎ লোকৰ বাণী
"সংস্কৃতিয়ে জীৱন ধুনীয়া কৰে।" ------ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা
English Poem
Colours
Rose is red
Grass is green.
In some flowers
Pink is seen
Shirt is white
Ink is blue
Brown is my pencil
I write with.
Board is black
And mango yellow
Violet brinjal
You all know.
যোগ সংখ্যা গীত
একে একে দুই ১+১=২
নাথাকিবা শুই।
দুইয়ে দুইয়ে চাৰি ২+২=৪
হোৱা শাৰী শাৰী।
তিনিয়ে তিনিয়ে ছয় ৩+৩=৬
নকৰিবা ভয়।
চাৰিয়ে চাৰিয়ে আঠ ৪+৪= ৮
পঢ়া নিজৰ পাঠ।
পাঁচে পাঁচে দহ ৫+৫=১০
ঢাৰি পাতিত বহ।
ধন্যবাদ I