আজিৰ দিনটো আৰু প্রাতঃ সভা 14/10/2022 Morning Assembly
আজিৰ দিনটো আৰু প্রাতঃ সভা 14/10/2022
আজিৰ দিনটো/আজি দিনটোৰ তাৎপর্য-
আজি শুক্রবাৰ অসমীয়া লেখেৰে আজি ২৭ আহিন , ১৯৪৪ শক আৰু ইংৰাজী লেখে ১৪ অক্টোবৰ ২০২২ চন ।
আজিৰ দিনটোতে----
১৬৪৩ খ্ৰীষ্টাব্দত ৭তম মোগল সম্রাট বাহাদুৰ শ্বাহ-১ ৰ জন্ম
১৮৮২ চনত পাকিস্তানৰ পঞ্জাব বিশ্ববিদ্যালয় স্থাপন
১৯৫৬ চনত ভীমৰাও আম্বেদকাৰে ৫০০০০০ সমৰ্থকসহ বৌদ্ধ ধর্মলৈ ধৰ্মান্তৰিত হয়
১৯৮১ চনত প্ৰাক্তন ক্রিকেটাৰ গৌতম গম্ভীৰৰ জন্ম ।
1643- Bahadur Shah I was the seventh Mughal emperor of
India.
1882-University of the Punjab is founded in present day
Pakistan
1956- Indian social reformer B.R. Ambedkar and 500,000
supporters convert to Buddhism in Nagpu
1968 – Apollo program: The first live television broadcast
by American astronauts in orbit is performed by the Apollo 7 crew.
1981- Gautam Gambhir, Indian politician and former
cricketer, who has played all formats of the game was born
Today is World Standards Day. It is observed on 14
October every year to raise awareness among the industry, and consumers to show
the importance of standardization to the global economy.