আজিৰ দিনটো আৰু প্রাতঃ সভা 13/10/2022 আজি দিনটোৰ তাৎপর্য-Morning Assembly 13 October, ১৩ অক্টোবৰ
আজিৰ দিনটো আৰু প্রাতঃ সভা 13/10/2022
আজিৰ দিনটো/আজি দিনটোৰ তাৎপর্য-
আজি বৃহস্পতিবাৰ অসমীয়া লেখেৰে আজি ২৬ আহিন , ১৯৪৪ শক আৰু ইংৰাজী লেখে ১৩ অক্টোবৰ ২০২২ চন ।
আজি আন্তর্জাতিক প্ৰাকৃতিক বিপৰ্যয় হ্ৰাসকৰণ দিৱস
আজিৰ দিনটোতে-
১৫৪২ খ্ৰীষ্টাব্দত মোগল সম্রাট আকবৰৰ জন্ম
১৯১১ চনত বোলছবি অভিনেতা অশোক কুমাৰৰ জন্ম
১৯৪৮ চনত চুফী গায়ক 'নুছৰত আলী খান'ৰ জন্ম
১৯৯৯ চনত অটলবিহাৰী বাজপেয়ী তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ
২০০২ চনত চীনৰ প্রথম মানৱ পৰিবাহী মহাকাশ যান উৎক্ষেপণ।
1542- Mughal emperor Akbar was born.
1948- Famous sufi singer Ustad Nusrat ali khan was born.
1911- Ashok Kumar was an Indian film actor who attained
iconic status in Indian cinema was born.