আজিৰ দিনটো আৰু প্রাতঃ সভা 12/10/2022 আজি দিনটোৰ তাৎপর্য-Morning Assembly ১২ অক্টোবৰ 13 October

 

আজিৰ দিনটো আৰু প্রাতঃ সভা 12/10/2022
আজিৰ দিনটো/আজি দিনটোৰ তাৎপর্য-


আজি বুধবাৰ  অসমীয়া লেখেৰে আজি ২৫ আহিন , ১৯৪৪ শক আৰু ইংৰাজী লেখে ১২ অক্টোবৰ ২০২২ চন ।
আজি বিশ্ব বাত ৰোগ দিৱস
১/  ১৪৯২ চনত কলম্বাছে আমেৰিকা আবিষ্কাৰ কৰিছিল
২/  ১৮৬৪ ত ভাৰতৰ প্ৰথম মহিলা স্নাতক কামিনী ৰয়ৰ জন্ম
৩/  ১৯৬৪ চনত ছোভিয়েট ইউনিয়নৰ দ্বাৰা প্ৰথম একাধিক মানৱবাহী মহাকাশ যান 'ভছ্ কদ-১' ৰ সফল অভিযান
৪/  ২০১২ চনত ইউৰোপীয় ইউনিয়নে শান্তিৰ নোবেল বঁটা লাভ কৰে

Importance of 12 October

1.    1492- Discovery of America by Columbus

2.    1864 – Kamini Roy was a Bengali poet, social worker, and feminist in British India was born.

3.    1964 – The Soviet Union launches the Voskhod 1 into Earth orbit as the first spacecraft with a multi-person crew, and the first flight without pressure suits.

4.    2012 – The European Union wins the 2012 Nobel Peace Prize.

Today is World Arthritis Day . World Arthritis Day is celebrated on October 12 every year

সাঁথৰ

-ৰজাৰ লাঠি , ঘন ঘন গাঠি ?

উত্তৰ: -  কুহিয়াঁৰ ৷

-দেশ আছে মানুহ নাই, নদী আছে পানী নাই ?

উত্তৰ: - মানচিত্ৰ ৷

-আলিয়ে আলিয়ে যায়, মূৰ দাঙি চায় ?

উত্তৰ: - বেজী

Awesome riddles

1.    I have a tail and a head, but no body. What am I?

Answer: A coin

2.    If you don’t keep me, I’ll break. What am I?

Answer: A promise.

Thank you



Popular Posts