আজিৰ দিনটো আৰু প্রাতঃ সভা 11/10/2022 Morning Assembly

আজিৰ দিনটো আৰু প্রাতঃ সভা 11/10/2022
আজিৰ দিনটো/আজি দিনটোৰ তাৎপর্য-


আজি মঙ্গলবাৰ অসমীয়া লেখেৰে আজি ২৪ আহিন , ১৯৪৪ শক আৰু ইংৰাজী লেখে ১১ অক্টোবৰ ২০২২ চন ।

আজি বিশ্ব কন্যা শিশু দিৱস I প্ৰত্যেক বছৰে ৰাষ্ট্ৰসংঘৰ অধীনৰ দেশ সমূহত 11 অক্টোবৰৰ দিনটো আন্তৰ্জাতিক কন্যা শিশু দিৱসৰূপে পালন কৰা হয় ।এই দিনটো বিশেষ ভাবে কন্যা সন্তান সকলৰ বাবে উৎসৰ্গিত কৰা হৈছে । এই দিৱস পালনৰ জৰিয়তে সকলো বৈষম্য দূৰ কৰি উচিত শিক্ষাৰে সকলো কন্যা শিশুকে বিশেষকৈ পিচপৰা শ্ৰেণী আৰু নিম্ন আয়ৰ পৰিয়ালৰ কন্যা শিশুসকলৰ শিক্ষাৰ উচিত অধিকাৰ প্ৰদান কৰি 2030 চনৰ ভিতৰত এক শিহৰণকাৰী পৰিবৰ্তন আনি কন্যা শিশু সকলৰ উন্নতি সাধন কৰিবলৈ উদ্যোগ হাতত লোৱা হৈছে ।

আজিৰ দিনটোতে____

১/ ১৯০২ চনত স্বাধীনতা সংগ্রামী লোক নায়ক- জয় প্ৰকাশ নাৰায়ণ ৰ জন্ম

২/ ১৯৫৮ চনত নাছাৰ দ্বাৰা 'পাঅ'নিয়াৰ-১' কৃত্রিম উপগ্রহ উৎক্ষেপন।

৩/ ১৯৬৮ চনত নাছাৰ দ্বাৰা 'এপ'লো-৭' মানৱবাহী মহাকাশযান উৎক্ষেপন।

৪/ ১৯৪২ চনত বিখ্যাত অভিনেতা অমিতাভ বচ্চনৰ জন্ম।

৫/ আজি বিশ্ব বাতৰি কাকত হকাৰ দিৱস।

অৰ্থনীতিৰ ন'বেল বঁটা

বেংক আৰু বিত্তীয় সংকটৰ বিষয়ে গৱেষণা কৰা তিনি গৰাকী মাৰ্কিন অৰ্থনীতিবিদক‌ ২০২২ বৰ্ষৰ অৰ্থনীতিৰ ন'বেল বঁটা প্ৰদান কৰা হয়। তেওঁলোকৰ নাম____

১) বেন এছ বাৰ্নাংকে

২) ডব্লিউ ডাইমণ্ড 

৩) ফিলিপ এইচ ডাইবিগ।

Nobel prize for economics-

Ben S Bernanke, Douglas W Diamond and Philip H Dybvig have won the 2022 Nobel prize for economics on Monday for research on banks and financial crises.

মহৎলোকৰ বাণী-

১.বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ । - ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ।

২. সুন্দৰৰ আৰাধনা জীৱনৰ খেল । - চন্দ্ৰ কুমাৰ আগৰৱালা।

৩. নিজক জ্ঞানী বুলি ভবা জনেই হল আচল মুৰ্খ । - ভল্টেয়াৰ।

৪. যি নিজস্বক হেৰুৱাই তেওঁ সকলো হেৰুৱাই । - মহাত্মা গান্ধী

  Today's importance-

      Today is International Day of the Girl Child.  On December 19, 2011, United Nations General Assembly declare October 11 as the “’International Day of the Girl Child” to recognize girls' rights and the unique challenges girls face around the world. This day aims at empowering girls and amplifying their voices. It acknowledges the importance, power, and potential of adolescent girls.

On 11 October

1.    1902 – Lok Nayak- Jayaprakash Narayan ,a great statesman, social reformer, freedom fighter and influential speaker of the country was born

2.    1958 – NASA launched Pioneer 1, its first space probe, although it fails to achieve a stable orbit.

3.    1968 – NASA launched Apollo 7, the first successful manned Apollo mission.

4.    1942 – Amitabh Bachchan , Indian film actor, producer, television host, and former politician was born.

5.    Today is also International Newspaper Carrier Day.

What is School's morning assembly and why it's so important :  This article is for the morning assembly of school. As we all know, morning assembly is a important part of school culture, which helps in building a culture of communication and representation of academic and co-curricular activities.. All students at a school stand together at the morning assembly as participants of the same institution, regardless of their age, culture, religion, sex, or other characteristics. This sense of unity permeates the student's mind permanently and contributes to a happy society..


Popular Posts