আজিৰ দিনটো আৰু প্রাতঃ সভা 10/10/2022 Morning Assembly

 আজিৰ দিনটো আৰু প্রাতঃ সভা 10/10/2022

আজিৰ দিনটো/আজি দিনটোৰ তাৎপর্য-

আজি সোমবাৰ অসমীয়া লেখেৰে আজি ২৩ আহিন , ১৯৪৪ শক আৰু ইংৰাজী লেখে ১০ অক্টোবৰ ২০২২ চন ।
আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস , Today is World Mental health Day.

 আজিৰ দিনটোতে
১) ৬৮০ খ্ৰীষ্টাব্দত বিখ্যাত কাৰবালা‌‌ যুদ্ধ
২) ১৯৫৪ চনত প্ৰসিদ্ধ অভিনেত্ৰী 'ৰেখা 'ৰ‌ জন্ম 
৩) বাহুবলী,RRR আদিৰ পৰিচালক জনপ্ৰিয় এচ্ এচ্ ৰাজামৌলীৰ S S Rajamouli  ১৯৭৩ চনত জন্ম 
৪) গায়ক, গীতিকাৰ জগজীৎ সিংৰ ২০১১ চনত  মৃত্যু 
৫)২০০২ চনত ইৰাক আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুদ্ধ আৰম্ভ
Great man quotes 
1. “The good man is the friend of all living things.” – Mahatma Gandhi
2. “No evil can happen to a good man, either in life or after death.” – Plato
3. “I’m a good man, and I’m gonna become a better man.” – Chance The Rapper

মহৎলোকৰ বাণী

১/প্ৰকৃত শিক্ষাই মানুহৰ মৰ্য্যদা বঢ়ায় তদুপৰি ই আত্ম সন্মানো বৃদ্ধি কৰে ।--এ. পি. জে. আব্দুল কালাম। 
২/সিদ্ধান্ত লব নোৱাৰা মানুহতকৈ দূৰ্ভগীয়া আন কোনো নাই । -- উইলিয়াম জেমছ। 
৩/চৰিত্ৰবান মানুহ পবিত্র জলৰ নিচিনা, সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে ।-- সত্যনাথ বৰা। 
 thank you

Popular Posts