আজিৰ দিনটো আৰু প্রাতঃ সভা 08/10/2022 Morning Assembly
আজিৰ দিনটো আৰু প্রাতঃ সভা 08/10/2022
আজিৰ দিনটো-
আজি শনিবাৰ অসমীয়া লেখেৰে আজি ২১ আহিন , ১৯৪৪ শক আৰু ইংৰাজী লেখে ০৮ অক্টোবৰ ২০২২ চন । আজি ভাৰতৰ বায়ু সেনা দিৱস , 8 October - Indian Air Force Day
আজিৰ দিনটোতে____
১/ ১৯০৮ চনত সাহিত্যিক সীতানাথ ব্ৰহ্মচৌধুৰীৰ জন্ম
২/ ১৯১৯ চনত মহাত্মা গান্ধীৰ সম্পাদনাত 'ইয়ং ইণ্ডিয়া' প্ৰত্ৰিকা প্রকাশ।
৩/ ১৯২৬ চনত প্ৰসিদ্ধ বোলছবি অভিনেতা ৰাজকাপুৰৰ জন্ম
৪/ ১৯৩২ চনত ভাৰতীয় বায়ুসেনা গঠন।
জনপ্ৰিয় নাম- প্রকৃত নাম-
১/ দেশভক্ত - তৰুণৰাম ফুকন
২/ ত্যাগবীৰ - হেমচন্দ্র বৰুৱা
৩/ লোকপ্ৰিয়- গোপীনাথ বৰদলৈ
৪/ কৰ্মবীৰ - নবীনচন্দ্র বৰদলৈ
৫/অসম কেশৰী- অম্বিকাগিৰি ৰায়চৌধুৰী
সাঁথৰ
১/ চুই চা চুই চা। চুই চালে পইচা
উত্তৰ- কেৰেলুৱা
২/ ১২ টা কণী, ৩ খন চামুচ আৰু এখন প্লেট। কোৱাচোন মই কোন ?
উত্তৰঃ ঘড়ী।
৩/ খালে থিয় হৈ থাকে, নাখালে শুই থাকে ?
উত্তৰঃ বস্তা।
অসমৰ জাতীয় সংগীত
অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুণী
দেশ
এনেখন শুৱলা
এনেখন সুফলা
এনেখন মৰমৰ দেশ।
অ’ মোৰ সুৰীয়া
মাত
অসমৰ সুৱদী মাত
পৃথিৱীৰ ক’তো
বিচাৰি জনমটো
নোপোৱা কৰিলেও
পাত।
অ’ মোৰ ওপজা ঠাই
অ’ মোৰ অসমী আই
চাই লওঁ এবাৰ
মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা
নাই।।
(অসমৰ জাতীয় সংগীত "অ' মোৰ আপোনাৰ দেশ'' ৰচনা কৰিছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই । গীতটিৰ সুৰকাৰ আছিল কমলা প্রসাদ আগৰৱালা। ১৯২৭ চনত তেজপুৰত অনুষ্ঠিত হোৱা অসমীয়া ছাত্রৰ বৈঠকত “অ' মোৰ আপোনাৰ দেশ'' এই শুৱলা গীতটিক অসমৰ জাতীয় সংগীত হিচাপে অভিহিত কৰা হয়।)
English Poem
Love All
School's morning assembly: This article is for the morning assembly of school. As we all know, morning assembly is a important part of school culture, which helps in building a culture of communication and representation of academic and co-curricular activities.. All students at a school stand together at the morning assembly as participants of the same institution, regardless of their age, culture, religion, sex, or other characteristics. This sense of unity permeates the student's mind permanently and contributes to a happy society.