আজিৰ দিনটো আৰু প্রাতঃ সভা 07/10/2022 Morning Assembly
আজিৰ দিনটো আৰু প্রাতঃ সভা 07/10/2022
আজিৰ দিনটো-
আজি শুক্রবাৰ অসমীয়া লেখেৰে আজি ২০ আহিন , ১৯৪৪ শক আৰু ইংৰাজী লেখে ০৭ অক্টোবৰ ২০২২ চন । আজি বিশ্ব কপাহ দিৱস, World Cotton Day.
আজিৰ
দিনটোতে____
১)
১৮৮৫ চনত ডেনিছ পদাৰ্থ বিজ্ঞানী নিলছ ব'ৰৰ
জন্ম।
২)১৯১৯
চনত নেডাৰলেণ্ডত আটাইতকৈ পুৰণি বিমান সেৱা প্ৰতিস্থা।
৩)১৯১৯
চনত মহাত্মা গান্ধীৰ 'নৱজীৱন' প্ৰত্ৰিকা প্ৰকাশ ।
৪)১৯৫০
চনত কলিকতাত মাদাৰ টেৰেছাৰ মিছনেৰিজ অৱ চেৰিটী স্থাপন।
মহৎ লোকৰ বাণী
১. জ্ঞানী মানুহে আনৰ ভুলৰ পৰা শিকে ; মুৰ্খই শিকে নিজৰ ভূলৰ পৰা । --এইচ . জি . ৰন
২. জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই । -- যীশুখৃীষ্ট।
৩. শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে । --হজৰত মহম্মদ
৪. যিমান
পাৰা সিমান আগবাঢ়ি গৈ থাকা এয়েই ঈশ্বৰৰ বাণী । ---ডঃ বানীকান্ত কাকতি।
সাঁথৰ-Riddle
১. খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰ'ল --- নাৰিকল ৷
২.
পেট আছে পেটু নাই, মুখ
আছে জিভা নাই --- কলহ ৷
English Riddles ইংৰাজী সাঁথৰ
please read them carefully & answer them correctly
1. I am red and round . i give you heat and light. you see in the sky.
Answer- Sun
2. I come once in a year, twice in a week but not once in a month.
Answer- 'E'
কিছু জানিবলগীয়া কথা
বৰ্তমান
ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম - দ্ৰৌপদী মূৰ্মু
প্ৰধানমন্ত্ৰী
মন্ত্রীৰ নাম - নৰেন্দ্ৰ মোডী
উপ-ৰাষ্ট্ৰপতিৰ নাম- জগদীপ ধনখড়
বৰ্তমানৰ
অসমৰ মুখ্যমন্ত্ৰীৰ নাম - ড০ হিমন্ত
বিশ্ব শৰ্মা
অসমৰ
ৰাজ্যপালজন ৰ নাম- জগদীশ মুখী।
অসমৰ শিক্ষা মন্ত্ৰী মন্ত্ৰী ৰ নাম -ডাঃ ৰণোজ পেগু
অসমৰ জাতীয় পক্ষী – দেওহাঁহ ৷
অসমৰ জাতীয় জন্তু – গড়ঁ
অসমৰ জাতীয় গছ – হোলোং গছ
Disclaimer- This article is for the morning assembly of school. As we all know, morning assembly is a important part of school culture, which helps in building a culture of communication and representation of academic and co-curricular activities.. All students at a school stand together at the morning assembly as participants of the same institution, regardless of their age, culture, religion, sex, or other characteristics. This sense of unity permeates the student's mind permanently and contributes to a happy society.